তামুলপুৰত আজি গান্ধীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটি নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ।বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে আজি গান্ধীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰি আনন্দিত হয়। প্ৰমোদ বড়োক আজি কেবাগৰাকীও দলীয় নেতা কৰ্মীয়ে সংগ দিয়া পৰিলক্ষিত হয়।