Our dedicated officials are happily taking on every challenge to make Census 2027 a success.
Kindly cooperate with them and support their efforts.
📍 Glimpses from Barpeta revenue circle.
Our Census, Our Development
লোকপিয়ল ২০২৭ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহ পিয়লৰ তথ্য সংগ্ৰহ প্ৰক্ৰিয়াত সফলতাৰে সম্পন্ন কৰিবলৈ গণনাকাৰীসকলে প্ৰতিটো প্ৰত্যাহ্বানেই অতিক্ৰম কৰি গৈছে।
আপোনালোকৰ ঘৰলৈ অহা গণনাকাৰীক সহযোগিতা আগবঢ়াই লোকপিয়ল ২০২৭ৰ অংশীদাৰ হওঁক।
📸 বৰপেটা ৰাজহ চক্ৰ
#Census2027 #CensusAssam #OurCensusOurDevelopment
595 views | Assam, India | Aug 18, 2026