♦️সোণাৰিত আৰক্ষীৰ বৃহত সফলতা
♦️সোণাৰিত বস্তাই বস্তাই বৃহত পৰিমাণৰ চুৰি সামগ্ৰী সহ চাৰি গ/ভা/ই/ত চোৰক আ/ট/ক
♦️হাবিৰ মাজত লুকুৱাই ৰখা দুবস্তা কাহ পিতলৰ বাচন, শৰাই আৰু বহু কেইপদ মূল্যবান চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় সোণাৰি আৰক্ষী।
♦️উল্লেখ্য যে সোণাৰিত প্ৰায়েই সং/ঘ/টি/ত হৈ আহিছিল চুৰি কাৰ্য।