সোণাৰি: নামতোলা অশ্বিনীবিল অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে চৰাইদেউ জিলা আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই ২৬০লিটাৰ নষ্ট ৷
চৰাইদেউ জিলাৰ নামতোলা আৰক্ষী থানাৰ এলেকাৰ নামতোলা, অশ্বিনী বিল অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চৰাইদেউ জিলা আবকাৰী বিভাগৰ অভিযানকালত আবকাৰী বিভাগে ২৬০ লিটাৰ চুলাই মদৰ পাছ আৰু বিক্ৰী বাবে ৰখা চুলাই মদ ১৮ লিটাৰ নষ্ট কৰে ৷