সোণাৰি: সোণাৰি ৰাজীৱ ভৱনত প্ৰাক্তন সাংসদ আৰ পি শৰ্মাৰ উপস্থিতিত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত
লোকসভাত নিৰ্বাচনৰ দিন চমুচপাৰ প্ৰাক ক্ষণত চৰাইদেউ জিলাটো কংগ্ৰেছ দলে অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান। ইযাৰ মাজতেই সোণাৰি ৰাজীৱ ভৱনত প্ৰাক্তন সাংসদ আৰ পি শৰ্মা উপস্থিতিত অনুষ্ঠিত হল কংগ্ৰেছ দল যোগদান কাৰ্যসূচী । বিভিন্ন দল কেইবা জনো লোকে যোগদান কৰিলে কংগ্ৰেছ দলত