📌সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সপ্তম কেন্দ্ৰীয় অধিবেশনৰ প্ৰস্তুতি আৰম্ভ মৰিগাঁৱত 📌২০২৭ চনৰ ৩০ আৰু ৩১ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অধিবেশনৰ বাবে গঠন অভ্যৰ্থনা সমিতি 📌সভাপতি হিচাপে সাংসদ দেৱাশিস শৰ্মা, কাৰ্যকৰী সভাপতি মোন আলী ঠাকুৰিয়া আৰু সাধাৰণ সম্পাদক আৰিফ উদ্দিন আহমেদ নিৰ্বাচিত #NewsUpdate #AssamNews #PrimeNews #PrimeNews24