Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana
binitjha_3
হেলেম: গহপুৰৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন ভাৰত চৰকাৰৰ দ্বাৰা গঠিত আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দলৰ
Helem, Biswanath
| Jul 9, 2026
MORE NEWS
স্বগৃহত উপস্থিত মাউণ্ট এভাৰেষ্ট জয় কৰা প্ৰথম অসমীয়া মহিলা লখিমপুৰৰ ৰূপামণি গঁড়। উখল মাখল পৰিৱেশৰ মাজত হাৰমতিত ৰূপামণিক উষ্ম আদৰণি। #public #friends #highlights #news #viral #reels #everyone #facebook
Helem, Biswanath | Jul 14, 2026
*বিহালীৰ খৰস্ৰোতা বিহমাৰী নদীৰ পানীত আবদ্ধ বাহন, ট্ৰেক্টৰ আৰু ৰাইজৰ সহযোগত উদ্ধাৰ* *পুনৰ বিহমাৰী নৈৰ সৰস্ৰোতা পানীৰ আবদ্ধ চাৰিচকীয়া আৰু দুচকীয়া বাহন । বিহমাৰী নৈত যাতায়াত ব্যবস্থাত যমৰ যাতনা । নৈৰ পানী বৃদ্ধি পোৱাত এটা চাৰিচকীয়া আৰু এটা দুচকীয়া বাহন নৈৰ সোঁতত আবদ্ধ হৈ পৰে। জানিব পৰা মতে, ARO1S2552 নম্বৰৰ চাৰিচকীয়া বাহনখন ট্ৰেক্টৰৰ সহায়ত উদ্ধাৰ কৰা হয়। আনহাতে দুচকীয়া বাহনখন স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰতি বছৰে বাৰিষাৰ বৰষুণৰ সময়ত এই নৈত এনেকুৱা ঘটনা সংঘটিত হৈ থকাটো সৰ্বজন বিদিত। ৰাইজে দ্ৰুতগতিত স্থায়ী দলং নিৰ্মাণৰ দাবী জনাইছে। #public #friends #highlights #news #viral #reels #everyone #facebook
Helem, Biswanath | Jul 14, 2026
সকলোৱে আশীৰ্বাদ ও অভিনন্দন জনাওক। TMPK ৰ সাধাৰণ সম্পাদক হিচাপে পুনৰ নিৰ্বাচিত হৈ চান দঃঞি পাংগিং ৰ প্ৰথম প্ৰতিক্ৰিয়া। #public #friends #highlights #news #viral #reels #highlights #news #viral #reels #everyone #facebook
Helem, Biswanath | Jul 13, 2026
অসম চাহ জনজাতি ছাত্ৰ সন্থা হেলেমৰ হাহাৰা পথাৰ প্ৰাথমিক গোটৰ উদ্যোগত সজাগতা সভা সম্পন্ন। ,সভাপতি অনিছ চাহু সম্পাদক আদিত্য বেদিয়াৰ নেতৃত্বত বাল্য বিবাহ বন্ধ কৰা , মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰা ,শিশু শ্ৰমিক বন্ধ কৰা ড্ৰাস্ক সেৱন প্ৰতিৰোধ কৰা আদি সমাজৰ ব্যাধি সমুহ নাইকিয়া কৰিবলৈ হাহাৰা পথাৰত এক সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে বিশ্বনাথ জিলাৰ ATTSA ৰ প্ৰচাৰ সম্পাদক বিজয় গোৱালা ,গহপুৰ শাখাৰ সভাপতি আভিৰাম জাৰিয়া সহকাৰী সম্পাদক আনন্দ নাগ,হেলেম প্ৰাথমিক গোটৰ সভাপতি দেৱ কান্ত তাঁতী,সম্পাদক ৰিন্টো বৰাইক,ATTWA ৰ মাইনা মানকি AAWA বিনজা হৰ,জ্যোস্না জজৱাৰ,মেনকা মাহত্ব গাওঁ প্ৰধান গোলাপ সিং আদি কৰি বহু গণ্য মান্য ব্যক্তি সকলৰ উপস্থিতিত সজাগতা সভা খন সফল ৰূপায়ন কৰা হয়। #public #friends #highlights #news #viral #reels #everyone #facebook #AATSA
Helem, Biswanath | Jul 13, 2026
লক্ষীমপুৰৰ বঙালমৰাত পথ অৱৰোধ। নিলোৎপল মিলি নামৰ যুৱকৰ ৰহস্যজনক ভাৱে মৃত্যু । লখিমপুৰৰ বঙালমৰাত যুৱকৰ মৃত্যুক লৈ তীব্ৰ উত্তেজনা ৷ চেচাত লগৰীয়াৰ সৈতে বনভোজ খাবলৈ যোৱা নিলোৎপল মিলি নামৰ যুৱক জনৰ ৰহস্যজনক মৃত্যুক লৈ উত্তাল প্ৰতিবাদ ৰাইজৰ৷ দেওবাৰে নিশাই মৃতদেহ স্কুটিত উঠাই বঙালমৰা আৰক্ষী চকীত চমজাই দিয়ে লগৰীয়া কেইজনে৷ পৰিয়ালে নজনাক নিশাই মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ অভিযোগ পৰিয়ালৰ৷ বঙামৰাত পথ অৱৰোধেৰে ৰাইজৰ প্ৰতিবাদ৷ যুৱক জন উচ্চতৰ মাধ্যমিক পৰীক্ষাত এইবাৰ উত্তীৰ্ণ হৈছিল৷ #public #friends #highlights #news #viral #reels #everyone #facebook #police
Helem, Biswanath | Jul 13, 2026