Public App Logo
Jansamasya
News
Maharashtra
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Madhya_pradesh
अनिल
Cm
Nsui
Pmmodi
Rahulgandhi
यूपी
कानपुर
Pm
Uttarpradesh
Haryana

BREAKING | ডিব্ৰুগড়ত চাঞ্চল্য! অটো চালকৰ দাদাগিৰিৰ গুৰুতৰ অভিযোগ! অধিক ভাৰা বিচৰাৰ প্ৰতিবাদ কৰাত যাত্ৰীৰ মোবাইল ফোন কাঢ়ি লোৱাৰ অভিযোগ! ভয়-ভাবুকি প্ৰদৰ্শন কৰি যাত্ৰীক হাৰাশাস্তি কৰাৰ অভিযোগে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। কনভয় ৰোডৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ যাত্ৰাৰ সময়ত AS06CC 6317 নম্বৰৰ অটোৰ চালকৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। ঘটনাটোৰ নিৰপেক্ষ তদন্ত আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী।

MORE NEWS