চৰকাৰ, বিধায়কৰ আশা বাদ দি গাঁৱৰ শ শ ৰাইজ ওলাই আহিল যাতায়ত কৰা ৰাস্তা মেৰামতিৰ বাবে
পূৱ গোৱালপাৰা সমষ্টিৰ দলাগাওঁ শিমলাবৰীৰ অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি যাতায়তৰ নামত ভুগি আহিছে নৰক যন্ত্ৰণা
দেখিও নেদেখাৰ ভাওঁ বিধায়ক এ কে ৰছিদ আলমৰ
Assam, India | Jun 3, 2026