Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

নলবাৰী: জিলা আয়ুক্ত কাৰ্যালয়ত মন্ত্ৰী অজন্তা নেওঁগৰ জিলা আয়ুক্তৰ উপস্থিতিত বৈঠক বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত

Nalbari, Nalbari | Nov 20, 2025
অসম চৰকাৰৰ বিত্ত আৰু মহিলা তথা শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওঁগে আজি মহিলা আৰু শিশু কল্যাণ বিভাগ আৰু কৰ বিভাগৰ কৰ্তৃপক্ষৰ সৈতে এক সমীক্ষামূলক বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে আদৰ্শ অংগণবাদী কেন্দ্ৰ, PMMVY, BBBP আৰু পোষণ অভিযানৰ অগ্ৰগতি পৰ্যালোচনা কৰি আঁচনিসমূহৰ অধিক কার্যকৰীভাৱে বাস্তবায়নৰ বাবে নিৰ্দেশনা দিয়ে। লগতে জিলাখনৰ নিজস্ব উৎসৰ আয় সংগ্ৰহৰ অৱস্থাও সমীক্ষা কৰে। উক্ত বৈঠকত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

MORE NEWS

⭕নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অৰুণোদয় ৩.০ ৰ ৱাৰ্ড পৰ্য্যায়ৰ  অনুষ্ঠান*  *অৰুনোদয় ৩.০ ৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ ভাৰ্চুৱেল পোনপটীয়া সম্প্ৰচাৰ*
#arunodai 
#nalbari
#districtlibrary
#axombroadcast24

⭕নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অৰুণোদয় ৩.০ ৰ ৱাৰ্ড পৰ্য্যায়ৰ অনুষ্ঠান* *অৰুনোদয় ৩.০ ৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ ভাৰ্চুৱেল পোনপটীয়া সম্প্ৰচাৰ* #arunodai #nalbari #districtlibrary #axombroadcast24

Nalbari, Nalbari | Aug 1, 2026

⭕"কোনেও একো দিয়া নাই আমাক "
⭕"ৰাতি আমি গছৰ তলতে থাকিবলগীয়া হৈছে"
⭕"কোনেও খবৰ লোৱা নাই আমাৰ"
⭕"সাহায্য দিবলৈ অহা গাড়ীয়ে পানীৰ বটল দলিয়াইহে দি যায় 
⭕"পানীৰ বটল খোল খাই পৰি যায় আমি ল'ব নোৱাৰোঁ"
⭕নাজিৰাৰ চেলেংপথাৰত বন্যাৰ্তই প্ৰকাশ কৰিলে মনৰ ক্ষোভ।
#AssamFloods 
#NaazirRa 
#sivasagar 
#axombroadcast24

⭕"কোনেও একো দিয়া নাই আমাক " ⭕"ৰাতি আমি গছৰ তলতে থাকিবলগীয়া হৈছে" ⭕"কোনেও খবৰ লোৱা নাই আমাৰ" ⭕"সাহায্য দিবলৈ অহা গাড়ীয়ে পানীৰ বটল দলিয়াইহে দি যায় ⭕"পানীৰ বটল খোল খাই পৰি যায় আমি ল'ব নোৱাৰোঁ" ⭕নাজিৰাৰ চেলেংপথাৰত বন্যাৰ্তই প্ৰকাশ কৰিলে মনৰ ক্ষোভ। #AssamFloods #NaazirRa #sivasagar #axombroadcast24

Nalbari, Nalbari | Aug 1, 2026

⭕নলবাৰীৰ মাধাপুৰৰ ক্ষুদ্ৰ ব্যৱসায়ী চামচুল আলীয়ে নাজিৰাৰ বানাক্ৰান্ত ৰাইজলৈ আগবঢ়ালে সহায়ৰ হাত 
⭕খাদ্য সামগ্ৰী,পশু খাদ্য,মহিলাৰ চেনিটাৰী পেড,শিশু খাদ্যৰ লগতে কেইবাটাও পৰিয়ালক চামচুলে প্ৰদান কৰিলে আৰ্থিক সাহায্য 
⭕চামচুল আলীৰ মহানুভৱতাক ভূয়সী প্ৰশংসা নাজিৰাৰ বানাক্ৰান্ত লোকৰ
#nazira 
#flood 
#relief 
#businessman 
#nalbari 
#axombroadcast24

⭕নলবাৰীৰ মাধাপুৰৰ ক্ষুদ্ৰ ব্যৱসায়ী চামচুল আলীয়ে নাজিৰাৰ বানাক্ৰান্ত ৰাইজলৈ আগবঢ়ালে সহায়ৰ হাত ⭕খাদ্য সামগ্ৰী,পশু খাদ্য,মহিলাৰ চেনিটাৰী পেড,শিশু খাদ্যৰ লগতে কেইবাটাও পৰিয়ালক চামচুলে প্ৰদান কৰিলে আৰ্থিক সাহায্য ⭕চামচুল আলীৰ মহানুভৱতাক ভূয়সী প্ৰশংসা নাজিৰাৰ বানাক্ৰান্ত লোকৰ #nazira #flood #relief #businessman #nalbari #axombroadcast24

Nalbari, Nalbari | Aug 1, 2026