এইবাৰ যাত্ৰীবাহী বাছত উদ্ধাৰ গাঞ্জা । মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা । ISBT ত গাঞ্জাসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী । সৰবৰাহকাৰী জনৰ পৰা উদ্ধাৰ ৪১ টা গাঞ্জা ভৰ্তি পেকেট । সৰবৰাহকাৰী জন অমিত ৰাম । শ্বিলঙৰ পৰা সৰবৰাহ কৰি গাঞ্জাখিনি লৈ যোৱাৰ পৰিকল্পনা আছিল শিলিগুৰিলৈ ।