নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ যান-বাহনৰ গৰাকীসকলৰ বাবে সুখবৰ। বটদ্ৰৱাৰ শান্তিজান বজাৰৰ চৰকাৰ মাৰ্কেটত মুকলি কৰা হ’ল অত্যাধুনিক S.M. HUSSAIN WORKSHOP।
এতিয়াৰে পৰা নিজৰ গাড়ী মেৰামতি আৰু উন্নত মানৰ ৰং কৰাবলৈ পশ্চিম নগাঁৱৰ ৰাইজে দূৰ-দূৰণিলৈ যাব নালাগে। শান্তিজানতে উপলব্ধ হ’ব এই সেৱাসমূহ। প্ৰতিষ্ঠানটোত সকলো ধৰণৰ যান-বাহনৰ মেৰামতি কৰাৰ লগতে উন্নত মানৰ ৰং কৰাৰ ব্যৱস্থা কৰা হৈছে।
স্থানীয় অঞ্চলৰ যান-বাহনৰ গৰাকীসকলক সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই প্ৰতিষ্ঠানটোৱে অঞ্চলটোৰ ৰাইজক গাড়ী মেৰামতি আৰু ৰং কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশা কৰা হৈছে।
📍প্ৰতিষ্ঠানৰ নাম: S.M. HUSSAIN WORKSHOP
📍 ঠিকনা: চৰকাৰ মাৰ্কেট, শান্তিজান বজাৰ, বটদ্ৰৱা, নগাঁও।
📞 যোগাযোগৰ নম্বৰ:
☎️ 6003150882
☎️ 9365492196
Nagaon, Nagaon | Oct 23, 2026