Public App Logo
Jansamasya
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
No video available

সোণাৰি: চৰাইদেউত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ বাসগৃহত উপস্থিত হৈ অসমৰ শিক্ষামন্ত্ৰীয়ে বিধায়কৰ পৰিয়ালৰ লগত মতবিনিময় কৰে

Sonari, Charaideo | Mar 5, 2024
চৰাইদেউত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ বাসগৃহত উপস্থিত হৈ অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে বিধায়কৰ পৰিয়ালৰ লগত মতবিনিময় কৰে । অতি ব্যস্ত চৰকাৰী কাৰ্যসূচী লৈ চৰাইদেউত উপস্থিত হোৱা অসমৰ শিক্ষামন্ত্ৰী গৰাকীয়ে মঙলবাৰে বিধায়কৰ গৃহত উপস্থিত হোৱাত বিধায়কৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক স্বাগতম জনাই ।
সোণাৰি: চৰাইদেউত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ বাসগৃহত উপস্থিত হৈ অসমৰ শিক্ষামন্ত্ৰীয়ে বিধায়কৰ পৰিয়ালৰ লগত মতবিনিময় কৰে - Sonari News