সোণাৰি: চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত
চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত। কটকটীয়া নিৰাপত্তা বেহু ওফৰাই চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয় চৌহদ ঘেৰাও কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ।