Public App Logo
Jansamasya
Bjp
National
Bihar
Congress
Modi
Delhi
Viral
Jharkhand
���ेट्रोल
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Biharnews
No video available

সোণাৰি: সোণাৰীৰ চফ্ৰাইত ভাৰতীয় জনতা যুৱ মৰ্চাৰ যুৱ সংযোগ তথা যুৱ চৌপাল কাৰ্যসূচী ৰূপায়ন

Sonari, Charaideo | Mar 5, 2024
চৰাইদেউ জিলাৰ সোণাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত চফ্ৰাইৰ খনা চাহ বাগিচাত আজি বিয়লি ভাৰতীয় জনতা যুৱ মৰ্চাৰ যুৱ সংযোগ তথা যুৱ চৌপাল কাৰ্যসূচীৰ অংশ হিচাপে এখনি সভা অনুষ্ঠিত হয় ৷ এই সভাত অসম ৰাজ্যিক যুৱ মৰ্চাৰ আমন্ত্ৰিত সদস্য সত্যজিৎ গোঁসাই, চৰাইদেউ জিলা সামাজিক মাধ্যম বিভাগৰ আহ্বায়ক নৱজিৎ গগৈ, লাকুৱা মণ্ডলৰ উপসভাপতি অভিজিত বৰুৱা, সাধাৰণ সম্পাদক পাপু মহান্তিৰ লগতে যুৱ মৰ্চাৰ বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে ৷
সোণাৰি: সোণাৰীৰ চফ্ৰাইত ভাৰতীয় জনতা যুৱ মৰ্চাৰ যুৱ সংযোগ তথা যুৱ চৌপাল কাৰ্যসূচী ৰূপায়ন - Sonari News