অতি দুখৰ খবৰ! 😢 আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু মৰমৰ শিক্ষক মুক্তি নাথ উপাধ্যায় ছাৰ আৰু আমাৰ মাজত নাই।
তেখেত জয়মতী হাইস্কুলৰ এগৰাকী নিষ্ঠাৱান শিক্ষক হিচাপে নিজৰ কৰ্তব্য, ত্যাগ, নিষ্ঠা আৰু সমৰ্পণৰ জৰিয়তে অসংখ্য ছাত্ৰ-ছাত্ৰীৰ জীৱন আলোকিত কৰি থৈ গ'ল। শিক্ষাৰ প্ৰতি তেখেতৰ অৱদান আৰু আদৰ্শ আমি সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিম।
তেখেতৰ বিয়োগত সমগ্ৰ বিহালী অঞ্চলবাসীয়ে এগৰাকী আদৰ্শ শিক্ষকক হেৰুৱালে। তেখেতৰ এই শূন্যতা কেতিয়াও পূৰণ নহ'ব।
মুক্তি নাথ উপাধ্যায় ছাৰৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। 🙏
ঔঁ শান্তি। 🕉️
#highlightseveryone #sadnews #highlight