মাজুলী চামগুৰিত চকু চিকিৎসা শিবিৰ
মাজুলী জিলাৰ চামগুৰি সন্মিলিত যুৱক সংঘৰ উদ্যোগত আৰু পেৰাভাৰী,পতিয়ৰি, তিনিআলি আৰু চামগুৰি গাৱৰ ৰাইজৰ সহযোগত, সন্মিলিত যুৱক সংঘৰ প্ৰেক্ষাগৃহত আজি ডিব্ৰুগড়ৰ আদিত্য চুপাৰ স্পেচিয়েলিতি হস্পিতালে এটা বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে ---