ব্ৰহ্মপুত্ৰ ভেলী একাডেমিৰ একাদশ বার্ষিক যুৱ মহোৎসৱৰ লগত সংগতি ৰাখি অহা ১৯-১১-২০২৬ তাৰিখে গৰৈমাৰী টাউন ক্লাবত ৰাজ্যিক ভিত্তিত জুবিন সংগীত প্রতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ হিচাপে নগদ ১০,০০১ টকা লগতে ট্ৰফী আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে নগদ ৭,০০১ টকা লগতে ট্ৰফী প্ৰদান কৰা হ’ব। প্ৰতিখন বিদ্যালয়ৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এজনকৈ প্ৰতিযোগী নিজ বিদ্যালয় প্ৰধান স্বাক্ষৰিত প্ৰমাণ পত্ৰ জমা দি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। যোগাযোগৰ নম্বৰ: 7002335171, 7002793839