আপোনালোকৰ মৰম, বিশ্বাস, আশীৰ্বাদ আৰু অকুণ্ঠ সহযোগিতাৰ বাবেই আজি আমাৰ Facebook Page “প্ৰগতিশীল বিহালী”-য়ে ২০ হাজাৰ Followers ৰ এক গৌৰৱময় মাইলৰ খুঁটি অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।
এই যাত্ৰাত আমাৰ সৈতে থকা প্ৰতিগৰাকী শুভাকাংক্ষী, দৰ্শক আৰু সমৰ্থকলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
আপোনালোকৰ মৰমেই আমাৰ আটাইতকৈ ডাঙৰ শক্তি। আগন্তুক দিনবোৰতো সত্য, নিষ্ঠা আৰু দায়বদ্ধতাৰে আপোনালোকৰ কাষত থাকিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।
*এয়া কেৱল ২০ হাজাৰ Followers নহয়, এয়া আপোনালোকৰ মৰম আৰু বিশ্বাসৰ এক পৰিয়াল।* ❤️
এনেদৰেই আমাৰ কাষত থাকিব।
ধন্যবাদেৰে,
ঋতুৰাজ দুৱৰা (এডমিন) **প্ৰগতিশীল বিহালী**
#20KFollowers #PragatishilBehali #ThankYouEveryone #অসমৰ_কণ্ঠ #highlightseveryone #highlight