মাজুলী আৰক্ষীয়ে আটক কৰে এজন গাঞ্জা সৰবৰাহকাৰীক
যোৱা ৰাতি গড়মূৰ থানাৰ আৰক্ষীৰ দলে অভিযান চলাই পুৰণা খাৰজানপাৰ নিবাসী হেমন্ত ৰাজখোৱাৰ ঘৰৰপৰা জব্দ কৰে এই গাঞ্জাখিনি।
এই সংক্ৰান্তত ইতিমধ্যে গড়মূৰ থানাত এটা গোচৰ
(Garamur PS Case No. 38/26,U/S..20(b)(ii)(A) /27 NDPS Act)
ৰুজু কৰি আইনমতে যাৱতীয় ব্যৱস্থা হাতত লোৱা হৈছে।