Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

🎓 Admission Open Now! Join T MOBILE INSTITUTE and build your future in mobile technology. 📍 SIVASAGAR 7002022048 9957058606 9101154242 📞 Limited Seats Available – Enroll Today! #mobile #mobilerepairingcourse #assam #assamese #skills

Sibsagar, Sivasagar | Jul 1, 2026

MORE NEWS

পদ্মশ্ৰী ইমৰাণ শ্বাহ আৰু সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদোনৰ গীতৰ কৰ্মশালা শিৱসাগৰত অনুষ্ঠিত সফল ভাৱে ।

শিৱসাগৰ ছোৱালী কলেজ, দিচাংমুখ সংগীত কলা কেন্দ্ৰ , পোহৰ সংগীত কলা কেন্দ্ৰ, আগন্তুক আৰু বীণাপাণি সংগীত বিদ্যালয়ৰ যৌথ উদ্যোগত অনুষ্ঠিত এই সংগীতৰ কৰ্মশালা 

#everyonefollowers #highlight

পদ্মশ্ৰী ইমৰাণ শ্বাহ আৰু সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদোনৰ গীতৰ কৰ্মশালা শিৱসাগৰত অনুষ্ঠিত সফল ভাৱে । শিৱসাগৰ ছোৱালী কলেজ, দিচাংমুখ সংগীত কলা কেন্দ্ৰ , পোহৰ সংগীত কলা কেন্দ্ৰ, আগন্তুক আৰু বীণাপাণি সংগীত বিদ্যালয়ৰ যৌথ উদ্যোগত অনুষ্ঠিত এই সংগীতৰ কৰ্মশালা #everyonefollowers #highlight

Sibsagar, Sivasagar | Jul 12, 2026

শিৱসাগৰত সংগীত চৰ্চাক নতুন গতি দিয়াৰ লক্ষ্যৰে আয়োজন কৰা হৈছে এটি ব্যতিক্ৰমী গীত প্ৰশিক্ষণ কৰ্মশালাৰ।

পাৰিজাত সংগীত বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে অনুষ্ঠিত হ'ব এই বিশেষ প্ৰশিক্ষণ।
#followersreelsfypシ゚viralシfypシ゚viralシalシ 
#nonfollowersviewers 
#sivasagar #allassam #allindia

শিৱসাগৰত সংগীত চৰ্চাক নতুন গতি দিয়াৰ লক্ষ্যৰে আয়োজন কৰা হৈছে এটি ব্যতিক্ৰমী গীত প্ৰশিক্ষণ কৰ্মশালাৰ। পাৰিজাত সংগীত বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে অনুষ্ঠিত হ'ব এই বিশেষ প্ৰশিক্ষণ। #followersreelsfypシ゚viralシfypシ゚viralシalシ #nonfollowersviewers #sivasagar #allassam #allindia

Sibsagar, Sivasagar | Jul 12, 2026

শিৱসাগৰবাসীৰ বাবে সু-খবৰ

 হাইদাৰবাদৰ য়শোদা চিকিৎসালয়ৰ প্ৰখ্যাত বিশেষজ্ঞ চিকিৎসক ডা: ললিত কুমাৰ ৰেড্ডী কানঠালা আহিব নাজিৰালৈ 

 অত্যাধুনিক ৰূপত নাজিৰাত শিৱসাগৰ বাসী ৰাইজৰ বাবে শুভাৰম্ভ কৰা লাইফ স্প্ৰিং হেল্থকেয়াৰত পাব চিকিৎসক গৰাকীক 

১৪ জুলাই ৰ দিনা নাজিৰাৰ লাইফস্প্ৰিং হেল্থকেয়াৰলৈ আহক আৰু চিকিৎসা সেৱা গ্ৰহণ কৰক 

এই গৰাকী বিশেষজ্ঞ চিকিৎসকৰ জৰিয়তে আপোনালোকে লাভ কৰিব বিশেষ চিকিৎসা সেৱা

বিশেষকৈ যিসকলে গেছৰ লগতে লিভাৰৰ বিভিন্ন সমস্যাত ভুগি আছে তেওঁলোকে ১৪ জুলাই তাৰিখে নাজিৰা লাইফস্প্ৰিং হেল্থকেয়াৰলৈ আহি  হাইদৰাবাদৰ য়শোদা চিকিৎসালয়ৰ বিশেষজ্ঞ চিকিৎসক ডাঃ ললিত কুমাৰ ৰেড্ডী কানঠালাৰ পৰা ‌ল‌ওক চিকিৎসাৰ নিদান
#highlight #highlightseveryonefollowers #highlightseveryone #sivasagarassam #healthylifestyle

শিৱসাগৰবাসীৰ বাবে সু-খবৰ হাইদাৰবাদৰ য়শোদা চিকিৎসালয়ৰ প্ৰখ্যাত বিশেষজ্ঞ চিকিৎসক ডা: ললিত কুমাৰ ৰেড্ডী কানঠালা আহিব নাজিৰালৈ অত্যাধুনিক ৰূপত নাজিৰাত শিৱসাগৰ বাসী ৰাইজৰ বাবে শুভাৰম্ভ কৰা লাইফ স্প্ৰিং হেল্থকেয়াৰত পাব চিকিৎসক গৰাকীক ১৪ জুলাই ৰ দিনা নাজিৰাৰ লাইফস্প্ৰিং হেল্থকেয়াৰলৈ আহক আৰু চিকিৎসা সেৱা গ্ৰহণ কৰক এই গৰাকী বিশেষজ্ঞ চিকিৎসকৰ জৰিয়তে আপোনালোকে লাভ কৰিব বিশেষ চিকিৎসা সেৱা বিশেষকৈ যিসকলে গেছৰ লগতে লিভাৰৰ বিভিন্ন সমস্যাত ভুগি আছে তেওঁলোকে ১৪ জুলাই তাৰিখে নাজিৰা লাইফস্প্ৰিং হেল্থকেয়াৰলৈ আহি হাইদৰাবাদৰ য়শোদা চিকিৎসালয়ৰ বিশেষজ্ঞ চিকিৎসক ডাঃ ললিত কুমাৰ ৰেড্ডী কানঠালাৰ পৰা ‌ল‌ওক চিকিৎসাৰ নিদান #highlight #highlightseveryonefollowers #highlightseveryone #sivasagarassam #healthylifestyle

Sibsagar, Sivasagar | Jul 12, 2026

৪৬ সংখ্যক আন্তঃজিলা বক্সিং চেম্পিয়নশ্বিপত ত শিৱসাগৰ এমেছাৰ বক্সিং ক্লাবৰ ৫ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। তাৰ ভিতৰত এগৰাকী মহিলা খেলুৱৈ পাঞ্চুৰীকা বাইলুংএ ব্ৰঞ্জ পদক পাবলৈ সক্ষম হৈছে। তাৎপৰ্যপূৰ্ণ যে প্ৰায় ৬ বছৰ বিৰতিৰ পাছত যোৱা বছৰ ছেপ্টেম্বৰ মাহত শিৱসাগৰত পুনৰ প্ৰান পাই উঠা এমেছাৰ বক্সিং ক্লাবে শিৱসাগৰ লৈ এক নতুন বাৰ্তা কঢ়িয়াই আনিছে।

#news #followersreelsfypシ゚viralシfypシ゚viralシalシ #oursivsagar #sivasagar

৪৬ সংখ্যক আন্তঃজিলা বক্সিং চেম্পিয়নশ্বিপত ত শিৱসাগৰ এমেছাৰ বক্সিং ক্লাবৰ ৫ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। তাৰ ভিতৰত এগৰাকী মহিলা খেলুৱৈ পাঞ্চুৰীকা বাইলুংএ ব্ৰঞ্জ পদক পাবলৈ সক্ষম হৈছে। তাৎপৰ্যপূৰ্ণ যে প্ৰায় ৬ বছৰ বিৰতিৰ পাছত যোৱা বছৰ ছেপ্টেম্বৰ মাহত শিৱসাগৰত পুনৰ প্ৰান পাই উঠা এমেছাৰ বক্সিং ক্লাবে শিৱসাগৰ লৈ এক নতুন বাৰ্তা কঢ়িয়াই আনিছে। #news #followersreelsfypシ゚viralシfypシ゚viralシalシ #oursivsagar #sivasagar

Sibsagar, Sivasagar | Jul 11, 2026

শিৱসাগৰৰ শ্ৰীশ্ৰী শলগুৰি সত্ৰৰ  কীৰ্তিকমল দেৱ গোস্বামীক গ্ৰেপ্তাৰৰ প্ৰসংগ।

শলগুৰি নাট্যমন্দিৰত সংবাদমেল  ৰাইজৰ।

ঘটনাটো  কিছু  কিছু সংবাদ মাধ্যমত বিকৃত ৰূপত প্ৰচাৰ হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ ৰাইজৰ।

কীৰ্তিকমল দেৱ গোস্বামী অভিযুক্তহে, এতিয়াও অপৰাধী বুলি আদালতে ৰায়‌ দিয়া নাই। তেনেস্থলত তেওঁক অপৰাধী বুলিয়েই কিছুমানে প্ৰচাৰ কৰাটো যুক্তিসংগত নহয়। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শলগুৰিৰ ৰাইজে।

অন্যহাতে একাংশ নিউজ পৰ্টেলত ডেকা সত্ৰাধিকাৰক গ্ৰেপ্তাৰ বুলি  প্ৰচাৰ কৰা কথাটোশুদ্ধ নহয় বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ ৰাইজৰ। কীৰ্তিকমল দেৱ গোস্বামী ডেকা সত্ৰাধিকাৰ নহয় বুলি স্পষ্ট কৰি এইক্ষেত্ৰত কীৰ্তিকমল দেৱ গোস্বামীৰ পিতৃক তথা ডেকা সত্ৰাধিকাৰক টানি নানিবলৈ সংবাদ মাধ্যমৰ প্ৰতি আহ্বান ৰাইজৰ।

শিৱসাগৰৰ শ্ৰীশ্ৰী শলগুৰি সত্ৰৰ কীৰ্তিকমল দেৱ গোস্বামীক গ্ৰেপ্তাৰৰ প্ৰসংগ। শলগুৰি নাট্যমন্দিৰত সংবাদমেল ৰাইজৰ। ঘটনাটো কিছু কিছু সংবাদ মাধ্যমত বিকৃত ৰূপত প্ৰচাৰ হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ ৰাইজৰ। কীৰ্তিকমল দেৱ গোস্বামী অভিযুক্তহে, এতিয়াও অপৰাধী বুলি আদালতে ৰায়‌ দিয়া নাই। তেনেস্থলত তেওঁক অপৰাধী বুলিয়েই কিছুমানে প্ৰচাৰ কৰাটো যুক্তিসংগত নহয়। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শলগুৰিৰ ৰাইজে। অন্যহাতে একাংশ নিউজ পৰ্টেলত ডেকা সত্ৰাধিকাৰক গ্ৰেপ্তাৰ বুলি প্ৰচাৰ কৰা কথাটোশুদ্ধ নহয় বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ ৰাইজৰ। কীৰ্তিকমল দেৱ গোস্বামী ডেকা সত্ৰাধিকাৰ নহয় বুলি স্পষ্ট কৰি এইক্ষেত্ৰত কীৰ্তিকমল দেৱ গোস্বামীৰ পিতৃক তথা ডেকা সত্ৰাধিকাৰক টানি নানিবলৈ সংবাদ মাধ্যমৰ প্ৰতি আহ্বান ৰাইজৰ।

Sibsagar, Sivasagar | Jul 11, 2026

🎓 Admission Open Now! Join T MOBILE INSTITUTE and build your future in mobile technology. 📍 SIVASAGAR 7002022048 9957058606 9101154242 📞 Limited Seats Available – Enroll Today! #mobile #mobilerepairingcourse #assam #assamese #skills - Sibsagar News