#NEWS|On the auspicious occasion of Mahalaya, Sanskritik Somonny Unnayan Samiti (SSUS), in association with Jagriti Dance Academy, is presenting a special street drama titled “Navadurga – From Light to Darkness.”
📍 Venue: Thana Chariali, Tinsukia
📅 Date: 10 October 2026
⏰ Time: 4:30 AM
The programme aims to celebrate the spirit of Mahalaya through culture, tradition, performing arts and a meaningful social message.
তিনিচুকীয়াৰ থানা চাৰিআলিত মহালয়া উপলক্ষে সাংস্কৃতিক সৌম্য উন্নয়ন সমিতি (SSUS)-ৰ উদ্যোগত আৰু জাগৃতি ডান্স একাডেমীৰ সহযোগত আয়োজন কৰা হৈছে বিশেষ পথনাটক “নৱদুৰ্গা — আলো থেকে অন্ধকার”।
📍 স্থান: থানা চাৰিআলি, তিনিচুকীয়া
📅 তাৰিখ: ১০ অক্টোবৰ, ২০২৬
⏰ সময়: পুৱা ৪:৩০ বজা
মহালয়াৰ পবিত্ৰ ক্ষণত সংস্কৃতি, পৰম্পৰা আৰু সামাজিক বাৰ্তা একেলগে উপস্থাপন কৰাৰ লক্ষ্যৰে এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
#Mahalaya2026 #Mahalaya #Tinsukia #TinsukiaNews #AssamNews #StreetDrama #Navadurga #DurgaPuja #CulturalProgram #AssamCulture #JagritiDanceAcademy #SSUS #UpperAssam #TinsukiaTalk24x7