বোকাজানৰ সাত্ত্বিক সমৰ্পণ চেৰিটেবল ফাউণ্ডেশ্যন তৰফৰ পৰা
ছট পূজাৰ পৱিত্ৰ ক্ষণত যাতে আৰ্থিকভাৱে কিছু অসুবিধাৰ সন্মুখীন হোৱা পৰিয়ালসমূহেও ধৰ্মীয় ৰীতি-নীতিৰে পূজা-অৰ্চনা সম্পন্ন কৰিব পাৰে, সেই মহান উদ্দেশ্য আগত ৰাখি ৰাধা-কৃষ্ণ মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় এক বিশেষ বিতৰণ কাৰ্যসূচী।
#Bokajantv #chhathpooja