Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews
udalgurilive
ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী শান্তিপুৰ প্ৰাথমিক বিদ্যালয়ত যোৱা নিশা এটা বনৰীয়া হাতীয়ে তাণ্ডৱ চলায়। হাতীটোৱে বিদ্যালয়খনৰ খিৰিকী ভাঙি ভিতৰত প্ৰৱেশ কৰি মধ্যাহ্ন ভোজনৰ বাবে মজুত কৰি ৰখা চাউল, দালি আদি খাদ্যসামগ্ৰী নষ্ট কৰাৰ লগতে ডেক্স-বেঞ্চ আন সামগ্ৰীসমূহো ক্ষতিগ্ৰস্ত কৰে।
Udalguri, Udalguri
| Jun 15, 2026
MORE NEWS
ওদালগুৰিত মেলেৰিয়া প্ৰতিৰোধৰ বাবে DyCEM ৰিহণ দৈমাৰীৰ বিশেষ পদক্ষেপ। ৰিহণ দৈমাৰীৰ প্ৰচেষ্টাত বিটিচি চৰকাৰে ওদালগুৰিত বিতৰণ কৰিব ২০ হাজাৰ ঔষধযুক্ত আঠুৱা। Rihon Daimari
Udalguri, Udalguri | Jun 22, 2026
ওদালগুৰি জিলাৰ চিকাৰিডাঙাৰ খৈৰানিত বনৰীয়া হাতীৰ আক্ৰ*মণত ৮ বছৰীয়া ৰজিতা হাছদাৰ মৃ*ত্যু। একেটা পৰিয়ালৰে পিতৃ-মাতৃসহ ৩ জন লোক গুৰুতৰভাৱে আহ*ত। ভুক্তভোগীক ক্ষতিপূৰণৰ দাবী সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ।
Udalguri, Udalguri | Jun 22, 2026
মেলেৰিয়া প্ৰতিৰোধৰ বাবে ৰিহণ দৈমাৰীৰ বিশেষ পদক্ষেপ। ৰিহণ দৈমাৰীৰ প্ৰচেষ্টাত বিটিচি চৰকাৰে ওদালগুৰিত বিতৰণ কৰিব ২০ হাজাৰ ঔষধযুক্ত আঠুৱা। ওদালগুৰিৰ মেলেৰিয়া অধ্যুষিত অঞ্চল সমূহত বিতৰণ কৰা হ'ব এই আঠুৱা সমূহ। আজি মাজৰগাঁও প্ৰাথমিক বিদ্যালয়ত আঠুৱা বিতৰভ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে বিটিচিৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য তথা বিধায়ক ৰিহণ দৈমাৰীয়ে। Rihon Daimari
Udalguri, Udalguri | Jun 22, 2026
Admission Open
Udalguri, Udalguri | Jun 22, 2026
ওদালগুৰি জিলাৰ ৰাইজৰ বাবে এটা ভাল খবৰ। এতিয়া আৰু উন্নতমানৰ চিকিৎসা সেৱাৰ বাবে দূৰ-দূৰণিলৈ যোৱাৰ প্ৰয়োজন নাই। ওদালগুৰিতে মুকলি হ’ল এক নতুন চিকিৎসা প্ৰতিষ্ঠান — TEJASH CLINIC ; এই ক্লিনিকত চিকিৎসা আগবঢ়াৱ অসমৰ আগশাৰীৰ চিকিৎসালয়ৰ বিশেষজ্ঞ চিকিৎসকে।
Udalguri, Udalguri | Jun 22, 2026