গুৱাহাটী: পানবজাৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত সংবাদ মাধ্যমত আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ জালুকবাৰীৰ ডকাইতি কাণ্ড সন্দৰ্ভত সংবাদমেল
শুক্ৰবাৰে দিনৰ ৪.৩০ বজাত পানবজাৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত জালুকবাৰী দকাইতি কাণ্ডৰ সন্দৰ্ভত সংবাদমেল আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ জালুকবাৰী অঞ্চলত একাংশ বাহনৰ চালকে কিদৰে যাত্ৰী সকলক গাড়ীত উঠাই নি লুটপাট কৰে এই সন্দৰ্ভত মন্তব্য কৰাৰ লগতে দুদিন পুৰ্বে সংঘটিত হোৱা দকাইতি কাণ্ডৰ সন্দৰ্ভত মন্তব্য কৰে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ৷