সোণাৰি: দেশজুৰি বলবৎ নিৰ্বাচনী আচৰণবিধি মথুৰাপুৰত চৰাইদেউ জিলা নিৰ্বাচনী আয়োগৰ দ্বাৰা যান বাহন সমূহ ব্যাপক তালাচি অভিযান ৷
চৰাইদেউ জিলাৰ মথুৰাপুৰত দেশজুৰি বলবৎ নিৰ্বাচনী আচৰণবিধি হোৱাৰ লগে লগে মথুৰাপুৰ আৰক্ষী ৰ সহযোগত চৰাইদেউ জিলা নিৰ্বাচনী আয়োগৰ যান বাহন সমূহত ব্যাপক তালাচি অভিযান অব্যাহত শিৱসাগৰ জিলা পৰা সোণাৰি অভিমুখে অহা যান বাহন সমূহ ব্যাপক তালাচি অভিযান চলাই