শিৱসাগৰ নগৰৰ মাজমজিয়াত চাঞ্চল্যকৰ চুৰিকাণ্ড!
৭ লক্ষাধিক টকাৰ নগদ ধন, প্ৰায় ৫০ লাখ টকাৰ সোণৰ অলংকাৰ চুৰি!
শংকৰ মন্দিৰ পথৰ কাষত চোৰৰ লুটপাত।
নিশা সংঘটিত এই চুৰিকাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, ঘটনাৰ সময়ত বাসগৃহটোত কেৱল এগৰাকী বৃদ্ধ দম্পতীহে আছিল। চোৰে ঘৰৰ দুৱাৰ খুলি ভিতৰত প্ৰৱেশ কৰি আলমাৰিৰ পৰা নগদ ধন আৰু সোণৰ অলংকাৰ লৈ উধাও হয়।
ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত
তিনিটা মহলাৰ ওপৰত সংঘটিত এই চুৰি কাণ্ডই জোকাৰিছে সমগ্ৰ অঞ্চল
#highlight
#everyonehighlights
#follower
#everyone