শিৱসাগৰৰ বন্যাৰ্তৰ কাষত ৰীমা দাস। বান বিধ্বস্ত নেপালীখুঁটি, বেতবাৰী, নাওজান, লিগিৰীপুখুৰীত বন্যাৰ্তক সাহায্য প্ৰদান চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ Flying River Films, North East Women Entrepreneurs Association-NEWEA আৰু ৰীমা দাসৰ উদ্যোগত এই সাহায্য প্ৰদান।