নগাঁও: মৃগীৰোগ সংক্ৰান্তত নগাওঁ কমাৰ্চ কলেজত সংবাদমেল GNRC ল এটা চিকিৎসকৰ দলৰ
Nagaon, Nagaon | Nov 29, 2025 মৃগীৰোগ সংক্ৰান্তত নগাওঁ কমাৰ্চ কলেজত সংবাদমেল GNRC ল এটা চিকিৎসকৰ দলৰ । মৃগীৰোগৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব আপুনি?নগাঁও জিলাতে মৃগীৰোগত আক্ৰান্তৰ সংখ্যা ২৪০০০ । তাৰে ১২০০ মৃগী ৰোগী জিন আৰচিতেই চিকিৎসাধীন হৈ আছে। অসমত সৰ্বমুঠ ৩ লক্ষাধিক মৃগী ৰোগত আক্ৰান্ত হৈ আছে। কিন্তু কেনেকৈ এই ৰোগৰ পৰা হাত হাৰিব পাৰিব আপুনি? সেই সন্দৰ্ভত নগাঁৱত সংবাদ মেল সম্বোধন GNRCৰ চিকিৎসকৰ দলৰ