ধিং: কদমনিত ভূমিকেন্দ্ৰিক সংঘাতৰ ফলত গুৰুতৰভাৱে আহত ৮ জনকৈ লোক, বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্রত চিকিৎসাধীন
Dhing, Nagaon | Nov 18, 2024 বটদ্ৰৱাৰ কদমনিত ভূমিকেন্দ্ৰীক সংঘাত। গুৰুত্বৰভাবে আহত ৮ জনকৈ ব্যক্তি।বিগত চাৰি বছৰ ধৰি আব্দুল বাতেন নামৰ এজন বৃদ্ধ দৰিদ্ৰ ব্যক্তি আৰু তেওঁৰ পুত্ৰ ইমদাদুল হকৰ পৰিয়ালৰ ওপৰত (মাটি বাৰী সংক্ৰান্তীয় সংঘাতৰ বাবে) আতাবুৰ ৰহমান নামৰ ব্যক্তি গৰাকীয়ে পৰিয়ালটোৰ লগত সংঘাট চলি আহিছিল ।সোমবাৰে বিয়লি ভাগত আতাবুৰ ৰহমান নামৰ ব্যক্তি গৰাকীৰ পৰিয়াল আৰু আব্দুল বাতেন নামৰ ব্যক্তিজনৰ পৰিয়ালৰ মাজত মাৰ পিট হয়।আক্ৰমণত আব্দুল বাতেন নামৰ ব্যক্তিজন গুৰুত্বৰভাবে আহত হোৱাৰ লগতে ইমদাদুল হক, ৰকিব