সাপেখাতী: সাপেখাতীত অঙ্গনবাড়ী কৰ্মী-সহায়িকাই প্ৰতিবাদী কাৰ্যসূচীৰে পৰিবেশ উত্তাল কৰে সাপেখাতী সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়
অঙ্গনবাড়ী কর্মী-সহায়িকা, মিনি অঙ্গনৱাড়ী কর্মীয়ে সংগঠিত ৰূপত দীর্ঘদিনৰ পৰা তেওঁলোকৰ ন্যায্য দাবী সমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰি আহিছে যদিও আজি পর্যন্ত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে তেওঁলোকৰ ন্যাৰ্য্য দাবী সমূহ পূৰণ নকৰাত ক্ষোভিত হৈ আজি বুধবাৰে ১১বজাত সাপেখাতী ৰাজহ চক্ৰৰ অন্তৰ্গত কৰ্মী-সহায়িকা সকলে এক প্ৰতিবাদী কাৰ্যসূচীৰে পৰিবেশ উত্তাল কৰে ।