সাপেখাতী: অসম দৰ্শন আঁচনিৰ অধীনত তিনি লাখ টকা ব্যয় সাপেক্ষে চৰাইদেউ দেওপনীয়া লেফেৰা নামঘৰৰ শিলান্যাস বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
অসম দৰ্শন আঁচনিৰ অধীনত আজি প্ৰায় তিনি লাক্ষ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া দেওপনীয়া লেফেৰা নামঘৰৰ শিলান্যাস সম্পন্ন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে । লগতে নামঘৰত সেৱা জনায় ভকত বৈষ্ণৱ সকলৰ আৰ্শীবাদ লৈ সকলোৰে মংগল কামনা কৰে । অনুষ্ঠানত বিজেপিৰ কাৰ্য়কৰ্তা সকলৰ লগত স্থানীয় লোক উপস্থিত থাকে ।