সাপেখাতী: মিছাজানত চাওঁতালী ৰাইজৰ উদ্যোগত গুৰুত্বপূৰ্ণ সভাত চাওঁতাল উন্নয়ন সন্থা,চৰাইদেউ জিলা সমিতিৰ সম্পাদক ৰাজীৱ মূৰ্মুৰ
চাওঁতাল ৰাইজৰ উদ্যোগত বুধবাৰে ১২ বজাত গুৰুত্বপূৰ্ণ সভা প্ৰমোদ বাস্কেৰ পৌৰোহিত্বত অনুষ্ঠিত সভাখন আঁত ধৰে চাওঁতাল ছাত্ৰ সন্থা বৰহাট আঞ্চলিক সমিতিৰ সম্পাদক যতীন মূৰ্মুৰে।সভাত চাওঁতাল উন্নয়ন সন্থাৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদক ৰাজীৱ মূৰ্মুৰ, চাওঁতাল ছাত্র সন্থা,বৰহাট আঞ্চলিক সমিতিৰ উপদেষ্টা দেবেন মূৰ্মুৰে অংশগ্ৰহণ কৰা সভাত চাওঁতালী ৰাইজৰ ভাষা,সাহিত্য, সংস্কৃতি সন্দৰ্ভত আলোচনা কৰা হয়।