Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

শিৱাসাগৰৰ বানৰ কৱলত পৰা সাংবাদিকৰ কাষত অসমীয়া যুৱ মঞ্চ -- অসমীয়া যুৱ মঞ্চৰ ভাঃ সাধাৰন সম্পাদক আকাশ শইকীয়াৰ নেতৃত্বত এটি সজাতি দলে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ বান-পৰিস্থিতিৰ সন্মুখীন হোৱা কেইবাগৰাকী সংবাদকৰ্মীৰ বাসগৃহলৈ গৈ বিপদৰ সময়ত এষাৰ মাত দিয়াৰ লগতে যাৱতীয় কিছু সামগ্ৰী যোগান ধৰাৰ প্ৰয়াস কৰে।

Assam, India | Aug 1, 2026