সোণাৰি: নিৰ্বাচনত সোণাৰিত মহাবিদ্যালয়ত ষ্ট্ৰং ৰূম স্থাপন কৰাত ক্ষতিগ্ৰস্ত চৰাইদেউ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান ছাত্ৰ সন্থাৰ
সোণাৰিত চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ এটা সঁজাতি দলে নিৰ্বাচনত ষ্ট্ৰং ৰূম স্থাপন কৰাত ক্ষতিগ্ৰস্ত সোণাৰি মহাবিদ্যালয় ৷চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ প্ৰদান জিলা আয়ুক্তক ষ্ট্ৰং ৰূম স্থাপন কৰা স্থান পৰিদৰ্শন কৰাৰ পাছতে উত্থাপন কৰিছে এই অভিযোগ। ষ্ট্ৰং ৰূমৰ বাবেই ইন্দোৰ ষ্টেডিয়াম, শ্ৰেণীকোঠাৰ পকী বেৰ ভাঙি পেলোৱাৰ লগতে অৰ্কিড হাউচটোও ভাঙি পেলোৱা হৈছিল। আনহাতে ষ্ট্ৰংৰূম স্থাপন কৰা বাবে শৈক্ষিক দিনপঞ্জীতো বাধাৰ সন্মুখীন হয় মহাবিদ্যালয় কৰ্তৃপক্ষ।প্ৰতিক্ৰীয়া প্ৰকাশ ৷