Public App Logo
Jansamasya
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
Rahul
Indianews
New_delhi
Crpf
Viralvideo
Latestnews
Shorts
���ामनवमी
Cuttack
���द
No video available

সোণাৰি: মথুৰাপুৰত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ জয়ী হোৱাত আতছবাজী ফুটুৱাই বিজয় উল্লাস সমদল বাহিৰ কংগ্ৰেছ কৰ্মীৰ

Sonari, Charaideo | Jun 4, 2024
গৌৰৱ গগৈৰ জয়ত চৰাইদেউ মথুৰাপুৰত পাৰ ভঙা উছাহ যোৰহাট লোকসভা সমষ্টিত বিজয়ধ্বজা উৰুৱালে কংগ্ৰেছে। গৌৰৱ গগৈ জয়ী হোৱাৰ আনন্দত মঙ্গলবাৰে নিশা ৮ মান বজাত মথুৰাপুৰ সদৰ তিনিআলিত কংগ্ৰেছ আৰু ইণ্ডিয়া মিত্ৰ জোটৰ কৰ্মীয়ে আতছবাজী ফুটুৱাই বিজয় উল্লাস কৰাৰ লগতে মথুৰাপুৰ সদৰ তিনিআলিৰ পৰা মথুৰাপুৰ চাহ বাগিছাৰ লাইনৰ মাজেদি এক বিজয়ৰ শুভাযাত্রা বাহিৰ কৰে কংগ্ৰেছ কৰ্মী সকলে ৷

MORE NEWS