সোণাৰি: সোণাৰিত যোৰহাট লোক সভা সমষ্টিত বিজেপি জয়ী হোৱাটো খাটাং বুলি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে কলে
সোণাৰিত ভোট গণনা হৈ থকাৰ আগ মূহুৰ্তত মঙ্গলবাৰে ১২বজাত সাংবাদিকক জনালে যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ জয়ী হোৱাটো নিশ্চিত বুলি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে কলে।অৱশ্যে কংগ্ৰেছৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ভোট গণনাৰ তৃতীয় ৰাউণ্ডত আগবাঢ়ি আছে।