Public App Logo
Jansamasya
Rahulgandhi
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���िवाद
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Jajpur
Rajasthannews
���ोधपुर
Rahul
Indianews
No video available

সোণাৰি: সোণাৰিৰ পানীচকী গ্ৰাণ্টত গৰু চোৰৰ উপদ্ৰৱ, একেদিনাই পাঁচটা গৰু চুৰি

Sonari, Charaideo | Jun 4, 2024
সোণাৰিৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত পানীচকী গ্ৰান্টত একে দিনাই পাঁচটা গৰু চোৰ হয়। মঙ্গলবাৰে ৪-৩০বজাত বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত পানীচকী গ্ৰান্টৰ ৭নম্বৰত পাঁচটা গৰু চোৰ হোৱা কাৰ্যই অঞ্চলটোত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।উল্লেখ্য যে পানীচকীৰ চনজমাই তামাঙৰ এটা গৰু,চমন মজুমদাৰ এটা হালোৱা গৰু আৰু দুখো খালখৰ তিনিটা হালোৱা গৰু মুঠ পাঁচটা গৰু চোৰ হোৱাত দৰিদ্ৰ খেতিয়ক কেইজনে গালে-মুখে হাত দিব লগা হৈছে।