সোণাৰি: ৪০০ খন আসন পাৰ নহʼলে এন ডি এৰ ঢৌ বুলি কʼব নোৱাৰি, সোণাৰিত যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া
সোণাৰিত যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ প্ৰতিক্ৰীয়া প্ৰকাশ ‘মই বৰ্তমান সোণাৰিত আছো, ইয়াত এটা খুব সুন্দৰ পৰিৱেশ’ যোৰহাট লোকসভা সমষ্টিত অগ্ৰগতি লাভ কৰি সংবাদ মাধ্যৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ গৌৰৱ গগৈৰ