আজি ওদালগুৰি জিলাত BTC-ৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ সভাপতিত্বত PWD, P&RD আৰু পৌৰসভা বিভাগৰ অধীনত চলি থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ সম্পৰ্কে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।
#nekhabar #assam #udalguri #tongla #btc #hagrama
Balijana, Goalpara | Jun 29, 2026