Public App Logo
Jansamasya
News
Bjp
National
Police
Bihar
India
चोरी
बीजेपी
Uttar_pradesh
Accident
Congress
Modi
Delhi
Viral
पेट्रोल
Up
Bollywood
Breakingnews
Madhya_pradesh
Pmmodi
Telangana
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana
Cricket
Sdm
महाराष्ट्र
Uttarakhand

আজি ওদালগুৰি জিলাত BTC-ৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ সভাপতিত্বত PWD, P&RD আৰু পৌৰসভা বিভাগৰ অধীনত চলি থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ সম্পৰ্কে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। #nekhabar #assam #udalguri #tongla #btc #hagrama

Balijana, Goalpara | Jun 29, 2026

MORE NEWS

■ ৰামদিয়াত বিজেপিৰ মণ্ডল পৰ্য্যায়ৰ প্ৰশিক্ষণ শিৱিৰ সম্পন্ন-

হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট
#nekhabar #assam #kamrup #hajo #bjp

■ ৰামদিয়াত বিজেপিৰ মণ্ডল পৰ্য্যায়ৰ প্ৰশিক্ষণ শিৱিৰ সম্পন্ন- হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট #nekhabar #assam #kamrup #hajo #bjp

Balijana, Goalpara | Jul 3, 2026

গোৱালপাৰা জিলা দিৱস-২০২৬ উৎযাপন 

আজি ১ জুলাই গোৱালপাৰা জিলা দিৱস
গোৱালপাৰা জিলা দিৱস উপলক্ষে গোৱালপাৰা জিলা প্ৰশাসনে আয়োজন কৰে "জিলা দিৱস-২০২৬"ৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু এই শোভাযাত্ৰা উদ্বোধন কৰে জিলা আয়ুক্ত প্ৰদীপ টিমুঙে ।

চাওঁ আহক আমাৰ এই প্ৰতিবেদন

গোৱালপাৰাৰ পৰা চিণ্টু নাথৰ প্ৰতিবেদন
#nekhabar #assam #goalpara #dc

গোৱালপাৰা জিলা দিৱস-২০২৬ উৎযাপন আজি ১ জুলাই গোৱালপাৰা জিলা দিৱস গোৱালপাৰা জিলা দিৱস উপলক্ষে গোৱালপাৰা জিলা প্ৰশাসনে আয়োজন কৰে "জিলা দিৱস-২০২৬"ৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু এই শোভাযাত্ৰা উদ্বোধন কৰে জিলা আয়ুক্ত প্ৰদীপ টিমুঙে । চাওঁ আহক আমাৰ এই প্ৰতিবেদন গোৱালপাৰাৰ পৰা চিণ্টু নাথৰ প্ৰতিবেদন #nekhabar #assam #goalpara #dc

Balijana, Goalpara | Jul 1, 2026

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱায়ে  গোৱালপাৰা জিলাৰ "জিলা দিৱস-২০২৬" উপলক্ষে  গোৱালপাৰা জিলাবাসীলৈ শুভেচ্ছা জনাই এটি বাৰ্তা প্ৰেৰণ কৰে । তেখেতে জিলাখনৰ ঐতিহ্যৰ লগতে বিভিন্ন ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে এই বাৰ্তাৰ জৰিয়তে । 

গোৱালপাৰাৰ পৰা চিণ্টু নাথৰ প্ৰতিবেদন
#nekhabar #assam #goalpara #bjp

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱায়ে গোৱালপাৰা জিলাৰ "জিলা দিৱস-২০২৬" উপলক্ষে গোৱালপাৰা জিলাবাসীলৈ শুভেচ্ছা জনাই এটি বাৰ্তা প্ৰেৰণ কৰে । তেখেতে জিলাখনৰ ঐতিহ্যৰ লগতে বিভিন্ন ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে এই বাৰ্তাৰ জৰিয়তে । গোৱালপাৰাৰ পৰা চিণ্টু নাথৰ প্ৰতিবেদন #nekhabar #assam #goalpara #bjp

Balijana, Goalpara | Jul 1, 2026

আজি ওদালগুৰি জিলাত BTC-ৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ সভাপতিত্বত PWD, P&RD আৰু পৌৰসভা বিভাগৰ অধীনত চলি থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ সম্পৰ্কে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। #nekhabar #assam #udalguri #tongla #btc #hagrama - Balijana News