Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Police
Bihar
���िहार
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Crime
Odisha
Rajasthan
���मित_शाह
���िल्ली
Breakingnews
���हिला
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Cricket
���ेजस्वी_यादव
Uttarakhand
Crimenews
No video available

গুৱাহাটী: তিনিদিনীয়া কাৰ্য্যসূচীৰে উদযাপন হ’ব বেলতলা বহাগী উৎসৱ, বেলতলাত সমিতিৰ বিষয়ববীয়াৰ সংবাদমেলত মন্তব্য

বৃহস্পতিবাৰে দিনৰ ১২ বজাত বেলতলা পুৱেৰুণ পথৰ কাৰ্যালয়ত সংবাদমেল বেলতলা বহাগী উৎসৱ সমিতিৰ ৷ তিনিদিনীয়া কাৰ্য্যসুচীৰে বেলতলা বহাগী উৎসৱ পালনৰ সন্দৰ্ভত মন্তব্য বেলতলা বহাগী উৎসৱ ৷ সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব জনপ্ৰিয় কণ্ঠশিল্পী ময়ুৰী দত্ত , দিক্ষু আৰু পাপন মহন্তকে ধৰি বহু কেইগৰাকী কণ্ঠশিল্পী ৷