Public App Logo
Jansamasya
News
Maharashtra
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Madhya_pradesh
अनिल
Cm
Nsui
Pmmodi
Rahulgandhi
यूपी
कानपुर
Pm
Uttarpradesh
Haryana

ৰৌতাত লাফিকুল ইছলাম হ/ত্যাকাণ্ডৰ ন্যায় বিচাৰি ওদালগুৰি জিলা ABMSU-ৰ তীব্ৰ প্ৰতিবাদ। ৯ বছৰ পাৰ হোৱাৰ পাছতো দোষীক শাস্তি নিদিয়াৰ অভিযোগেৰে ক্ষোভ প্ৰকাশ সংগঠনটোৰ। #Udalguri #Rowta #ABMSU #UdalguriLive

Udalguri, Udalguri | Jul 28, 2026

MORE NEWS

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত ওদালগুৰিৰ লাইফ চেঞ্জ এনজিঅই অনুষ্ঠিত কৰা ১৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ কালি আনুষ্ঠানিকভাৱে সামৰণি পৰে। উত্তৰ বৰপুখুৰী মধ্য ইংৰাজী বিদ্যালয়ত ওদালগুৰি বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত উক্ত ১৫ দিনীয়া গ্ৰীস্মকালীন কৰ্মশালাত ৫০ৰো অধিক প্ৰশিক্ষাৰ্থীক সত্ৰীয়া নৃত্য , ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ গীত আৰু গীতৰ নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰে।

◾ৰাজ্যজুৰি অব্যাহত থকা ভয়াবহ বান পৰিস্থিতিৰ সময়ত বানপীড়িতৰ কাষত থিয় দিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP)
◾ওদালগুৰি জিলাৰ ওদালগুৰি আৰু ওৰাং নগৰ শাখাৰ উদ্যোগত আৰম্ভ হৈছে ব্যাপক 'বান সাহায্য আৰু পুঁজি সংগ্ৰহ অভিযান'।
◾বানপীড়িত পৰিয়ালসমূহক অত্যাৱশ্যকীয় সামগ্ৰীৰে সৰ্বাত্মক সাহায্য প্ৰদানৰ লক্ষ্য এবিভিপিৰ।
◾সংকটকালত বানাক্ৰান্তৰ সহায়ৰ বাবে প্ৰতিগৰাকী সচেতন নাগৰিকক একগোট হৈ ওলাই আহিবলৈ আহ্বান ছাত্ৰ সংগঠনটোৰ।

◾ৰাজ্যজুৰি অব্যাহত থকা ভয়াবহ বান পৰিস্থিতিৰ সময়ত বানপীড়িতৰ কাষত থিয় দিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) ◾ওদালগুৰি জিলাৰ ওদালগুৰি আৰু ওৰাং নগৰ শাখাৰ উদ্যোগত আৰম্ভ হৈছে ব্যাপক 'বান সাহায্য আৰু পুঁজি সংগ্ৰহ অভিযান'। ◾বানপীড়িত পৰিয়ালসমূহক অত্যাৱশ্যকীয় সামগ্ৰীৰে সৰ্বাত্মক সাহায্য প্ৰদানৰ লক্ষ্য এবিভিপিৰ। ◾সংকটকালত বানাক্ৰান্তৰ সহায়ৰ বাবে প্ৰতিগৰাকী সচেতন নাগৰিকক একগোট হৈ ওলাই আহিবলৈ আহ্বান ছাত্ৰ সংগঠনটোৰ।

Udalguri, Udalguri | Jul 25, 2026

ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল খবৰ। দেশ- বিদেশৰ মহাবিদ্যালয়- বিশ্ববিদ্যালয়ত Admission ৰ বাবে যোগাযোগ কৰক - 9678356143

ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল খবৰ। দেশ- বিদেশৰ মহাবিদ্যালয়- বিশ্ববিদ্যালয়ত Admission ৰ বাবে যোগাযোগ কৰক - 9678356143

Udalguri, Udalguri | Jul 24, 2026