Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow

ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল খবৰ। দেশ- বিদেশৰ মহাবিদ্যালয়- বিশ্ববিদ্যালয়ত Admission ৰ বাবে যোগাযোগ কৰক - 9678356143

Udalguri, Udalguri | Jul 24, 2026

MORE NEWS

◾ৰাজ্যজুৰি অব্যাহত থকা ভয়াবহ বান পৰিস্থিতিৰ সময়ত বানপীড়িতৰ কাষত থিয় দিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP)
◾ওদালগুৰি জিলাৰ ওদালগুৰি আৰু ওৰাং নগৰ শাখাৰ উদ্যোগত আৰম্ভ হৈছে ব্যাপক 'বান সাহায্য আৰু পুঁজি সংগ্ৰহ অভিযান'।
◾বানপীড়িত পৰিয়ালসমূহক অত্যাৱশ্যকীয় সামগ্ৰীৰে সৰ্বাত্মক সাহায্য প্ৰদানৰ লক্ষ্য এবিভিপিৰ।
◾সংকটকালত বানাক্ৰান্তৰ সহায়ৰ বাবে প্ৰতিগৰাকী সচেতন নাগৰিকক একগোট হৈ ওলাই আহিবলৈ আহ্বান ছাত্ৰ সংগঠনটোৰ।

◾ৰাজ্যজুৰি অব্যাহত থকা ভয়াবহ বান পৰিস্থিতিৰ সময়ত বানপীড়িতৰ কাষত থিয় দিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) ◾ওদালগুৰি জিলাৰ ওদালগুৰি আৰু ওৰাং নগৰ শাখাৰ উদ্যোগত আৰম্ভ হৈছে ব্যাপক 'বান সাহায্য আৰু পুঁজি সংগ্ৰহ অভিযান'। ◾বানপীড়িত পৰিয়ালসমূহক অত্যাৱশ্যকীয় সামগ্ৰীৰে সৰ্বাত্মক সাহায্য প্ৰদানৰ লক্ষ্য এবিভিপিৰ। ◾সংকটকালত বানাক্ৰান্তৰ সহায়ৰ বাবে প্ৰতিগৰাকী সচেতন নাগৰিকক একগোট হৈ ওলাই আহিবলৈ আহ্বান ছাত্ৰ সংগঠনটোৰ।

Udalguri, Udalguri | Jul 25, 2026

■ কলাইগাঁওত চিকিৎসালয়লৈ অহা মামা-ভাগিনক প্ৰহাৰ মিঞা যুৱকৰ।
■ মিঞা যুৱকে আক্ৰমণ কৰিলে বিপুল দাস আৰু জিন্তু বণিয়াক।
■ কালি সন্ধিয়া কটুৰ চকত সংঘটিত হৈছিল এই ঘটনা।
■ ঘটনাকলৈ আজি কলাইগাঁওৰ কটুৰ চকত উত্তাল প্ৰতিবাদ।
■ আছু- বীৰ লাচিত সেনাই টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ।
■ দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী সংগঠন দুটাৰ।
■ সম্প্ৰীতি বিনষ্ট নকৰিলৈ আহ্বান সংগঠন দুটাৰ।

■ কলাইগাঁওত চিকিৎসালয়লৈ অহা মামা-ভাগিনক প্ৰহাৰ মিঞা যুৱকৰ। ■ মিঞা যুৱকে আক্ৰমণ কৰিলে বিপুল দাস আৰু জিন্তু বণিয়াক। ■ কালি সন্ধিয়া কটুৰ চকত সংঘটিত হৈছিল এই ঘটনা। ■ ঘটনাকলৈ আজি কলাইগাঁওৰ কটুৰ চকত উত্তাল প্ৰতিবাদ। ■ আছু- বীৰ লাচিত সেনাই টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ। ■ দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী সংগঠন দুটাৰ। ■ সম্প্ৰীতি বিনষ্ট নকৰিলৈ আহ্বান সংগঠন দুটাৰ।

Udalguri, Udalguri | Jul 23, 2026

ওদালগুৰিৰ মাজুলি চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি।বাগিচাৰ সহ পৰিচালকে যুৱতীক নিৰ্যা*তন কৰাৰ অভিযোগ।অভিযুক্ত সহকাৰী পৰিচালক  ইনতিয়াজ ৰহমানৰ বাংলো ঘেৰাও উত্তেজিত ৰাইজৰ। ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্তক আটক হৰিশিঙা আৰক্ষীৰ। অভিযুক্তক ৰাইজক গতাই দিয়াৰ দাবী প্ৰতিবাদী ৰাইজৰ। আৰক্ষীকো ঘেৰাও কৰিলে উত্তেজিত ৰাইজে।  সহ পৰিচালকৰ বাংলোত কৰ্মৰত আছিল যুৱতী গৰাকী। ঘটনাকলৈ বাগিচা খনত উত্তপ্ত পৰিস্থিতি।

ওদালগুৰিৰ মাজুলি চাহ বাগিছাত উত্তপ্ত পৰিস্থিতি।বাগিচাৰ সহ পৰিচালকে যুৱতীক নিৰ্যা*তন কৰাৰ অভিযোগ।অভিযুক্ত সহকাৰী পৰিচালক ইনতিয়াজ ৰহমানৰ বাংলো ঘেৰাও উত্তেজিত ৰাইজৰ। ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্তক আটক হৰিশিঙা আৰক্ষীৰ। অভিযুক্তক ৰাইজক গতাই দিয়াৰ দাবী প্ৰতিবাদী ৰাইজৰ। আৰক্ষীকো ঘেৰাও কৰিলে উত্তেজিত ৰাইজে। সহ পৰিচালকৰ বাংলোত কৰ্মৰত আছিল যুৱতী গৰাকী। ঘটনাকলৈ বাগিচা খনত উত্তপ্ত পৰিস্থিতি।

Udalguri, Udalguri | Jul 19, 2026