সৃজনগ্ৰাম: অভয়াপুৰীৰ বড়িগাঁৱত পথৰ দুৰৱস্থা, ৰাইজৰ প্ৰতিবাদ , জনপ্ৰতিনিধিক অনুৰোধ জনোৱাৰ পিছতো মেৰামতি নহ’ল পথচোৱা #jansamasya
বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বড়িগাঁৱত পথৰ দুৰৱস্থা, পথৰ দুৰৱস্থা বাবে ৰাইজ যাতায়াত বাবে হৈছে সমস্যাৰে সন্মুখীন । ইয়াৰ প্ৰতিবাদ জনাই দেওবাৰে পথত ভূঁই ৰুই প্ৰতিবাদ গাঁওবাসীৰ । দেওবাৰে ৰাইজে বাৰম্বাৰ জনপ্ৰতিনিধিক অনুৰোধ জনোৱাৰ পিছতো আজিলৈ মেৰামতি নহ’ল পথচোৱা। যাৰ ফলত গাঁওখনত থকা ছাত্ৰ-ছাত্ৰীকে ধৰি সকলো ৰাইজৰ যথেষ্ঠ অসুবিধা হয়। । সেয়ে উপায়ন্তৰ হৈ আজি ৰাইজে সাৱ্যস্ত কৰিছে এই অভিনৱ প্ৰতিবাদ ৷ পথ আৰু পথাৰৰ মাজত সাদৃশ্য নথকাত ৰুইছে ভুঁই ৷