♦️ সোণাৰিৰ বানপীড়িতৰ কাষত অজাপ সভাপতি লুৰীণজ্যোতি গগৈ।
♦️সোণাৰিৰ বানাক্ৰান্তৰ কাষত লুৰীণজ্যোতি গগৈ: সাহায্য বিতৰণৰ লগতে চৰকাৰলৈ উচিত ক্ষতিপূৰণৰ দাবী।
♦️বান পৰিস্থিতিৰ মাজতে শিবিৰত উপস্থিত হৈ অজাপ সভাপতি— ক্ষিপ্ৰতাৰে প্ৰদান কৰক ক্ষতিপূৰণ
Sonari, Charaideo | Jul 26, 2026