Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow

♦️​“শিক্ষাগুৰুৰ অনন্য মানৱতা: সোণাৰিত বানপীড়িতক অহৰহ সেৱা আগবঢ়াই আবেগিক হৈ পৰিল শিক্ষক” ♦️​“শ্ৰেণীকোঠাৰ পৰা সাহায্য শিবিৰলৈ: ১৯৪ নং সোণাৰি নগৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষাগুৰুৰ ২৪×৭ অকৃত্রিম সেৱা” ♦️​“আমাৰ বাবে ইয়াতেই ঈশ্বৰ সেৱা: সোণাৰিত বানাক্ৰান্তৰ পৰ্যাপ্ত সাহাৰ্য নিশ্চিত কৰি চকুলো টুকিলে শিক্ষাগুৰুৱে” ♦️​“মানৱতাৰ সুবাস: সোণাৰিত ২৪ ঘণ্টা বানপীড়িতৰ কাষত থিয় দি আবেগিক শিক্ষক সম্প্ৰদায়” ♦️৬৫ টাকৈ পৰিয়ালৰ সৰ্বমুঠ ২৪৫ জন লোকে অস্থায়ী আশ্ৰয় গ্ৰহণ কৰি আছে বিদ্যালয়ৰ শিবিৰত।

Sonari, Charaideo | Jul 24, 2026

MORE NEWS

♦️​ সোণাৰিৰ বানপীড়িতৰ কাষত অজাপ সভাপতি লুৰীণজ্যোতি গগৈ।
♦️​সোণাৰিৰ বানাক্ৰান্তৰ কাষত লুৰীণজ্যোতি গগৈ: সাহায্য বিতৰণৰ লগতে চৰকাৰলৈ উচিত ক্ষতিপূৰণৰ দাবী।
♦️​বান পৰিস্থিতিৰ মাজতে শিবিৰত উপস্থিত হৈ অজাপ সভাপতি— ক্ষিপ্ৰতাৰে প্ৰদান কৰক ক্ষতিপূৰণ

♦️​ সোণাৰিৰ বানপীড়িতৰ কাষত অজাপ সভাপতি লুৰীণজ্যোতি গগৈ। ♦️​সোণাৰিৰ বানাক্ৰান্তৰ কাষত লুৰীণজ্যোতি গগৈ: সাহায্য বিতৰণৰ লগতে চৰকাৰলৈ উচিত ক্ষতিপূৰণৰ দাবী। ♦️​বান পৰিস্থিতিৰ মাজতে শিবিৰত উপস্থিত হৈ অজাপ সভাপতি— ক্ষিপ্ৰতাৰে প্ৰদান কৰক ক্ষতিপূৰণ

Sonari, Charaideo | Jul 26, 2026

♦️আনৰ সমস্যা দেখুওৱা সাংবাদিকৰ ঘৰতেই এতিয়া হাহাকাৰ! চৰাইদেউৰ বানপীড়িতৰ কাষত বিধায়ক জাকৰীয়া আহমেদ পান্না

♦️বানে কাঢ়িলে সপোনৰ ঘৰ! চৰাইদেউৰ ক্ষতিগ্ৰস্ত সাংবাদিকৰ হকে বিধানসভাত মাত মাতিব বিধায়ক জাকৰীয়া আহমেদ পান্না আৰু বিধায়ক জয় প্ৰকাশ দাসে।

♦️বলিয়া বানত নিঃস্ব চৰাইদেউ: ৰাইজৰ সমস্যা উদঙোৱা সাংবাদিকৰ নিজৰেই ভাঙিল সপোনৰ ঘৰ, বিধানসভাত বিষয়টো উত্থাপনৰ প্ৰতিশ্ৰুতি বিধায়ক পান্নাৰ

♦️আনৰ সমস্যা দেখুওৱা সাংবাদিকৰ ঘৰতেই এতিয়া হাহাকাৰ! চৰাইদেউৰ বানপীড়িতৰ কাষত বিধায়ক জাকৰীয়া আহমেদ পান্না ♦️বানে কাঢ়িলে সপোনৰ ঘৰ! চৰাইদেউৰ ক্ষতিগ্ৰস্ত সাংবাদিকৰ হকে বিধানসভাত মাত মাতিব বিধায়ক জাকৰীয়া আহমেদ পান্না আৰু বিধায়ক জয় প্ৰকাশ দাসে। ♦️বলিয়া বানত নিঃস্ব চৰাইদেউ: ৰাইজৰ সমস্যা উদঙোৱা সাংবাদিকৰ নিজৰেই ভাঙিল সপোনৰ ঘৰ, বিধানসভাত বিষয়টো উত্থাপনৰ প্ৰতিশ্ৰুতি বিধায়ক পান্নাৰ

Sonari, Charaideo | Jul 25, 2026

♦️নিজৰ ঘৰখন হেৰুৱাই এতিয়া পথত বাস কৰিছে একাংশই 
♦️মানৱতাৰ অনন্য নিদৰ্শন: চৰাইদেউৰ বানাক্ৰান্তলৈ সদৌ অসম ইটা ভাটা মালিক সন্থাৰ সহায়ৰ হাত
♦️​দুৰ্যোগৰ সময়ত কাষত থিয় দিলে অপোনজন:

♦️নিজৰ ঘৰখন হেৰুৱাই এতিয়া পথত বাস কৰিছে একাংশই ♦️মানৱতাৰ অনন্য নিদৰ্শন: চৰাইদেউৰ বানাক্ৰান্তলৈ সদৌ অসম ইটা ভাটা মালিক সন্থাৰ সহায়ৰ হাত ♦️​দুৰ্যোগৰ সময়ত কাষত থিয় দিলে অপোনজন:

Sonari, Charaideo | Jul 25, 2026