সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা বিশ্বনাথ জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ উদ্যোগত সজাগতা সভা
++++++++++++++++
বিশ্বনাথ জিলা সমিতিৰ উপদেষ্টা নৰেশ গঁড় বিহালী আঞ্চলিক সমিতি সভাপতি প্ৰদীপ ওৰাং, আঞ্চলিক সমিতিৰ উপ সভাপতি, নিপেন ওৰাং , আঞ্চলিক সমিতিৰ সাংস্কৃতিক সম্পাদক ৰাজিন এক্কা আদিৰ উপস্থিতিত হত্যাকাৰী গৰু চোৰৰ দলক ধিক্কাৰ দিয়ে।✅✅✅#behalidarpan