Public App Logo
Jansamasya
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
���ाजस्थान
Jharkhand
Rajasthan
���ध्यप्रदेश
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
���ादी
Crimenews
Nda
School
Cbi
Politics

গুৱাহাটী: মহানগৰীৰ পুনৰ চুৰিকাঘাটৰ ঘটনা,মালিগাঁৱত চঙ্গম শ্ৰীবাস্তৱৰ প্ৰাণে মৰাৰ চেষ্টা প্ৰণৱ দাসক,আটক কৰে চঙ্গমৰ লগতে এগৰাকী যুৱতী

বুধবাৰে মহানগৰীৰ পুনৰ চুৰিকাঘাটৰ ঘটনা। মালিগাঁৱৰ ৰাজপথতেই সংঘটিত হয় এই ঘটনা। এজন লোকক ৰাজপথতেই প্ৰাণে মৰাৰ চেষ্টা আন এজন যুৱকক। চঙ্গম শ্ৰীবাস্তৱৰ প্ৰাণে মৰাৰ চেষ্টা প্ৰণৱ দাসক। তেজেৰে লুতুৰি পুতুৰি হৈ পৰিল ৰাজপথ। সংকটজনক অৱস্থাত প্ৰথমে পাণ্ডু এফআৰইউত ভৰ্তি। তাৰ পিছত অতি সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰা হয় যুৱক জনক।ঘটনাস্থলীত উপস্থিত জালুকবাৰী আৰক্ষীৰ। আটক কৰে চঙ্গম শ্ৰীবাস্তৱৰ লগতে এগৰাকী যুৱতীক।