২০২২ চনতেই নিৰ্মাণ কৰা নুমলীগড়ৰ ঔগুৰী চাপৰিত বিকল পানী যোগান আচনি।বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ তিনি শতাধিক লোকৰ বুলি শনিবাৰে দিনৰ প্ৰায় ১ বজাত অভিযোগ ৰাইজৰ l অসম চৰকাৰৰ এখন বৃহৎ অভিলাষী আচঁনি জল জীৱন মিছন l যি আচনিৰ বাবে এতিয়া হাহাকাৰ সৃষ্টি হৈছে ঔগুৰিবাসি ৰাইজৰ l যত তিনি শতাধিক ৰাইজৰ বসতি l উক্ত অঞ্চলটোত ২০২২-২০২৩ নিৰ্মাণ কৰা হৈছিল জল জীৱন মিছনৰ অধীনত পানী যোগান আঁচনিৰ কাম কাজ। কিন্তু আজি পৰ্য্যন্ত পানী পাবলৈ সক্ষম নহল ৰাইজ।